ইতিহাস প্ৰসিদ্ধ শুৱালকুছিৰ হস্ত তাঁত বস্ত্ৰ শিল্পৰ সৰ্বত্ৰ উন্নয়ন আৰু ভবিষ্যত সুৰক্ষা
“Holistic development & protection of future of the historically famous handloom & textile craftsmanship of Sualkuchi”
অসাধু ব্যৱসায়ীৰ প্ৰৱঞ্চনাৰ পৰা গ্ৰাহকক মুক্ত ৰখাৰ বাবে গণ-সজাগত্তা সৃষ্টি কৰা আৰু আইনী বিধি প্ৰয়োগৰ মাধ্যমেৰে হস্ত তাঁত বস্ত্ৰ শিল্পক সবল কৰা ।
“People centric awareness generation on freeing of customer from dishonest traders and strengthening handloom & textile craftsmanship through application of legal methods”